LibreOffice Suite Base/C2/Modify-a-simple-form/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচ বেছৰ উপৰত এই স্প’কেন টিউট’ৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ
00:04 এই টিউটৰিয়েলত আমি ফৰ্ম এখন ; ম’ডিফাই কৰাত, আমি ফৰ্মত ;ডেটা ভৰোৱা, ফৰ্ম এখন ;ম’ডিফাই কৰা শিকিম
00:14 পূর্ব টিউট’ৰিয়েলত, আমি লিবাৰ অফিচ বেইছ ব্যৱহাৰ কৰি ;এখন ফৰ্ম তৈয়াৰ কৰা শিকিলো
00:22 আমি উদাহৰণ হিচাপে বনাই থোৱা আমাৰ লাইব্ৰেৰী ডেটাবেইছখনত আমি এখন সৰল বুকচ ডেটা এন্ট্ৰি ফৰ্ম তৈয়াৰ কৰিলো
00:29 এই ফৰ্মখন ব্যৱহাৰ কৰি আমি বুকচ টেবোলত কেনেকৈ ডেটা ভৰাও ;চাও আহক
00:39 প্ৰথমে আমি লিবাৰ অফিচ বেইছ প্ৰগ্ৰামটো খোলো আহক, যদি ই ইতিমধ্যে খোলা হোৱা নাই
00:48 আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছটো খোলক
00:52 যদি বেইছ ইতিমধ্যে খোলা হৈ আছে তেন্তে আমি ফাইল মেন্যুত থকা অপেনত ক্লিক কৰি ; লাইব্ৰেৰী ডেটাবেইছটো ;খোলিব ;পাৰো
01:03 বা ফাইল মেন্যুত থকা ৰিচেন্ট ডুকুমেন্টত ক্লিক কৰিও খোলিব ;পাৰো
01:08 এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো
01:12 আহক আমি বাও পেনেলত ;ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰো
01:18 লক্ষয় ;কৰক যে এই ৱিণ্ড’খনৰ কেন্দ্ৰত ফৰ্মৰ অধীনত থকা "Books Data entry form" হাইলাইট হৈছে
01:28 ফৰ্ম নেইমত ৰাইট ক্লিক কৰক আৰু অপেনত ক্লিক কৰক
01:33 এতিয়া, আমি বুকচ টেবোলৰ ফিল্ডৰ অনুৰুপ এখন ব্লো বেকগ্ৰাউণ্ডেৰে লেবেল আৰু টেক্সট বক্সৰ সৈতে ;নতুন ৱিণ্ড এখন দেখা পাও
01:46 আহক আমি প্ৰতিটো ফিল্ডলৈ যাবলৈ টেব কীটোত ক্লিক কৰো, আৰু ;আমি অন্তিম ফিল্ডটো পোৱাত বেইছে পৰৱৰ্তী ৰেক’ৰ্ডটো খোলে
01:56 এই ধৰণে আমি ৰেক’ৰ্ড বোৰৰ মাজত বিচৰণ কৰিব পাৰো
02:00 বা আমি ৰেক’ৰ্ডবোৰৰ মাজত নেভীগেইট কৰিবলৈ বটম টুলবাৰত থকা ক'লা ট্ৰায়াংগল আইকনটোও ব্যৱহাৰ কৰিব পাৰো
02:10 নহবা, এটা নিৰ্দিষ্ট ৰেক’ৰ্ডলৈ যাবলৈ, বটম টুলবাৰত ৰেক’ৰ্ড নাম্বাৰটো টাইপ কৰক আৰু এন্টাৰ কী বা টেব কী দবাওক
02:23 আহক আমি অন্তিম ৰেক’ৰ্ডলৈ যাওঁ যিটো হৈছে পঞ্চমটো ৰেক’ৰ্ড
02:28 এতিয়া ;আমি এটা নতুন ৰেক’ৰ্ড যোগ কৰো
02:34 এইটো কৰিবলৈ নিউ ৰেক’ৰ্ড আইকণত ; ক্লিক কৰো, সেইটো বটম টুলবাৰত লাষ্ট ৰেক’ৰ্ড আইকনৰ সোঁফালে থকা দ্বিতীয়টো আইকন
02:46 মন কৰক যে আমি খালি টেক্সট বক্স দেখিম আৰু তলতৰেক’ৰ্ড নাম্বাৰটোৱে 6 দেখাইছে
02:55 এতিয়া আমি নতুন বুকৰ বিষয়ক তথ্যসহ নতুন ৰেক’ৰ্ড যোগ কৰিবলৈ সাজো হয়
03:03 আমি টাইটল টেক্সট বক্সত টাইপ কৰো “ 'Paradise Lost'” আৰু পিছৰ ফিল্ডলৈ নেভীগেইট কৰিবলৈ টেব কী ব্যৱহাৰ কৰিম
03:16 আহক আমি অথৰৰ(author) বিপৰীতে 'John Milton'  ; টাইপ কৰো
03:23 পাব্লিশ্ব ইয়েৰৰ বিপৰীতে '1975' লিখক
03:28 পাব্লিশ্বাৰৰ বিপৰীতে Oxford
03:31 আৰু 200 প্ৰাইচৰ বিপৰীতে
03:36 তাত, বুকচ ডেটা এন্ট্ৰি ফৰ্ম ব্যৱহাৰ কৰি আমি এইয়া বুকচ টেবোলত এটা নিউ ৰেক’ৰ্ড প্রবেশ কৰালো
03:46 আমি এতিয়া এই ৱিণ্ড’খন ; বন্ধ কৰিম
03:48 আমি এই ধৰণে আৰু অধিক ৰেক’ৰ্ড বা ডেটা যোগ কৰিব পাৰিম
03:53 আমি অলপতে যোগ কৰা অন্তিম ৰেক’ৰ্ডটো বুকচ টেবোলখনত বেইছে ;আপডেইট কৰিলেনে নাই চাও
04:02 এইটোৰ বাবে, লিবাৰ অফিচ বেইছৰ মুখ্য ৱিণ্ড’খনৰ সো পেনেলত থকা বুকচ টেইবোলত ডাবল ক্লিক কৰো ;
04:12 ফৰ্মখনৰ যোগেৰে অামি ভৰোৱা নতুন ৰেক’ৰ্ডটো ইয়াত লক্ষয় ;কৰক
04:18 ঠিক অাছে, আমি এতিয়া এই ৱিণ্ড’খন বন্ধ কৰিম
04:22 ইয়াৰ পিছত, ;আমি শিকো আমাৰ ফৰ্মখনত কেনেকৈ কিছুমান সৰল ম’ডিফিকেশ্যন কৰিব পাৰি
04:30 আমি বাওঁ পেনেলত থকা ডেটাবেইছ লিষ্টত থকা ফৰ্মচ আইকনত ক্লিক কৰিম
04:37 আৰু ম’ডিফাই কৰিবলৈ “ 'Books Data Entry form'”খনত ৰাইট ক্লিক কৰি ; আৰু তাৰ পিছত “edit” বাচি খোলক
04:48 এখন পৰিচিত ৱিণ্ড এতিয়া খোলে
04:51 যদিহে আপুনি “title” লেবেলত ক্লিক নকৰে, তেনেহলে আপুনি বহুতো সৰু সেউজীয়া বক্স দেখিবলৈ পাব যিবিলাকে লেবেল আৰু টেক্সট বক্সক আৱৰি ৰাখে
05:03 ইয়াৰ অৰ্থ এয়ে যে আমি এতিয়া ফৰ্ম ডিজাইন ৱিণ্ড’ত আছো
05:08 আৰু আমি ফৰ্মখনৰ ৰূপ সজ্জা আৰু ;ইয়াৰ এলিমেন্ট আৰু ফাংকশ্যনেলিটিও ম’ডিফাই কৰিব পাৰিম
05:17 উদাহৰন হিচাবে, আমি লেবেল আৰু টেক্সট বক্সবোৰৰ স্হান আৰু আকাৰ সলনি কৰিব পাৰো ;
05:25 এইবিলাকক প্ৰপাৰ্টিজও বোলা হয়
05:28 লেবেল টাইটলত ডাবল ক্লিক কৰক
05:32 ই প্ৰপাৰ্টিজ নামৰ সৰু পপ আপ ৱিণ্ড’ এখন খুলিব
05:38 ইয়াত বিভিন্ন এলিমেন্টবোৰ মন কৰক
05:48 এতিয়া আমি “author” লেবেলত ক্লিক কৰো, মন কৰক যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই অথৰ লেবেলৰ প্ৰপাৰ্টিজবোৰ দেখাইছে
06:02 সেয়ে, যেতিয়াই আমি ফৰ্ম খনত বিভিন্ন এলিমেন্টবোৰত ক্লিক কৰিম, আমি দেখো ;যে প্ৰপাৰ্টিজ ৱিণ্ড’খন ৰিফ্ৰেশ্ব হৈছে আৰু ই ছিলেক্ট ;হোৱা এলিমেন্টবোৰৰ ;প্ৰপাৰ্টিজবোৰ দেখাইছে
06:14 এতিয়া প্ৰপাৰ্টিজ ৱিণ্ড’ টাইটল Properties:MultiSelection হিচাপে দেখা গৈছে
06:21 ইয়াৰ কাৰণ, আমি দেখো ;যে অথৰ লেবেল আৰু ইয়াৰ কাষত থকা টেক্সট বক্স সেউজীয়া ;বক্সৰ চেটৰ মাজত আৱদ্ধ হৈ আছে
06:34 বেইছে স্বয়ংক্ৰিয়ভাৱে লেবেলবিলাকক আৰু ফৰ্মত থকা সিহঁতৰ সংলগ্ন টেক্সট বক্সবিলাকক গ্ৰুপ কৰি পেলাইছে, আমি সেইবিলাকক আনগ্ৰুপ কৰিব পাৰো
06:44 টাইটল লেবেলত ৰাইট ক্লিক কৰক, তাৰ পাছত বটমত থকা “Group'”ত ক্লিক কৰক আৰু তাৰ পিছত “Ungroup”ত ক্লিক কৰক
06:54 এতিয়া আমি দেখো ;যে লেবেল টাইটল আৰু ইয়াৰ টেক্সট বক্সসমূহ আনগ্ৰুপ হৈছে
07:02 এই ধৰণে আমি ফৰ্মখনত বিশিষ্ট এলিমেন্ট বোৰৰ ;প্ৰপাৰ্টিজ ম’ডিফাই কৰিব পাৰো
07:10 পিছত ;আমি টাইটল টেক্সট বক্সটোত এটা টুল টিপ যোগ কৰো
07:16 এতিয়া আমি প্ৰপাৰ্টিৰ্জ ৱিণ্ড’খনত তললৈ স্ক্ৰল কৰি যাম
07:22 “Help text” লেবেলটো ;মন কৰক, আৰু ইয়াত ;আমি ; 'Enter the title of the book here' বোলি টাইপ কৰো
07:32 এতিয়া, উপৰৰ ফাইল মেন্যুত থকা ছেভ আইকনত ক্লিক কৰি আমি ফৰ্মখন ছেভ কৰো. আৰু আমি এই ৱিণ্ড’খন বন্ধ কৰিম
07:46 এতিয়া আমি ম’ডিফিকেশ্যন বোৰ কৰাৰ পিছত ফৰ্ম খন দেখিবলৈ কেনেকোৱা হৈছে চাও
07:54 ইয়াৰ বাবে, বেইছৰ প্ৰধান ৱিণ্ড’ খনলৈ যাও, বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো
08:03 আৰু সো পেনেলত থকা “Books Data Entry Form”ত ডাবল ক্লিক কৰিম
08:10 আমি টাইটল লেবেল বা টেক্সট বক্সৰ উপৰত মাউছৰ পইন্টাৰদাল ৰাখিম
08:17 মন কৰক যে এটা টুল টিপ প্ৰদৰ্শিত হৈছে, যিয়ে কয় 'Enter the title of the book here
08:24 গতিকে এতিয়া, আমি আমাৰ ফৰ্মখনত এটা সৰল ম’ডিফিকেশ্যন কৰা শিকিলো
08:31 আমি বেইছ টিউটৰিয়েলৰ পৰৱৰ্তী অংশত ফৰ্ম এখনত আৰু অধিক ম’ডিফিকেশ্যন কৰিবলৈ শিকিম
08:38 ইয়াতে ;এটা কাৰ্য আছে
08:41 মেম্বাৰচ টেইবলৰ বাবে এখন সৰল ফৰ্ম তৈয়াৰ কৰক
08:46 এইখিনিতে লিবাৰ অফিচ বেইছত ফৰ্ম এখন ;ম’ডিফাই কৰা ;এই টিউটৰিয়েলৰ অন্ত পৰিছে
08:52 চমুকৈ কবলৈ, আমি শিকিলো, ফৰ্মত ডেটা ভৰোৱা, আৰু ম’ডিফাই কৰা
09:00 ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
09:12 এই প্ৰজেক্টটো http://spoken-tutorial.org.-এ সঞ্চালনা কৰিছে
09:17 এই বিষয়ক অধিক তথ্য এই লিংকত উপলব্ধ ;http://spoken-tutorial.org/NMEICT-Intro.
09:22 এইয়া মৌচুমী মেধীয়ে বিদায় লৈছে
09:30 অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya